অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষা ২০২৪-২৫ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰঙাজানলৈ গৌৰৱ কঢ়িয়াই আনিলে, সবনম চুলতানাই।

0
127

ডিজিটেল সংবাদ মৰঙি:

মৰঙিৰ ৰঙাজনলৈ গৌৰৱ
কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰীয়ে।

ছাত্ৰীগৰাকীৰ নাম সবনম চুলতানা।

ৰঙাজানৰ বাসিন্দা জোনমণি বেগমৰ কন্যা সবনম চুলতানা অসম জাতীয় বিদ্যালয়ৰ সদ্যঘোষিত ৰাজ্যিক বৃত্তি পৰীক্ষা ২০২৪-২৫ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ষষ্ঠ স্থান লাভ কৰি
অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সবনম চুলতানা ৰঙাজান জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, অভিভাৱক, আৰু সচেতন ৰাইজে সন্তোষ প্রকাশ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here