নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁও আৰক্ষীৰ জালত এখন ALTO PRESSO বাহন আৰু কুকুৰ সহ তিনি সৰবৰাহকাৰী

0
96

– নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁও আৰক্ষীৰ জালত এখন ALTO PRESSO বাহন আৰু কুকুৰ সহ তিনি সৰবৰাহকাৰী । ALTO PRESSO বাহন খনৰ নম্বৰ AS 02 AB 7059 ,ৰাজপথত খেদি খেদি ৯ টা কুকুৰ সহ কমাৰগাঁও আৰক্ষীয়ে আটক কৰে বাহন সহ তিনিজনক। সৰবৰাহকাৰী কেইটা নাম ক্ৰমে গোবিন্দ চন্দ্ৰ দাস ,কাইটু মাৰাক, গোলাপ দাস । সদিয়াৰ পৰা আনি আছিল কুকুৰ সমুহ। বৰ্তমান কমাৰগাঁও আৰক্ষীয়ে সকলোকে জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here