Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীআকৌ বিতৰ্কত ৰুদাক্ষ্য থিয়েটাৰ।

আকৌ বিতৰ্কত ৰুদাক্ষ্য থিয়েটাৰ।

মৰঙী মৌজাৰ ফলঙনি ত ৰুদাক্ষ্য থিয়েটাৰে পবঞ্চনা কৰিলে এখনি সমিতি ক।
যোৱা ১৭ ১৮ ১৯ জানুৱাৰী ত ২নং ফলঙনি নামঘৰৰ সাহায্যথে নিমন্ত্ৰণ জনাইছিল থিয়েটাৰ ৰুদাক্ষক।
থিয়েটাৰ প্ৰতিনিধি দেৱাশীষ শ ইকীয়া ই আগমন হিচাপে ৪০ হাজাৰ টকা লৈছিল সমিতি পৰা। যথা সময়ত থিয়েটাৰৰ পেণ্ডেল নপৰাত আয়োজক সমিতিয়ে থিয়েটাৰৰ কতৃপক্ষৰ সহাৰি নোপোৱাত যোৰহাট স্থিত থিয়েটাৰ মালিক ৰুপজ্যোতি বৰাক লগ কৰাত পুনৰ ২০জানুৱাৰীৰ পৰা থিয়েটাৰ প্ৰদৰ্শন কৰাৰ আশ্বাস দিয়ে যদিও
সময় মতে থিয়েটাৰ কৰ্তৃপক্ষ ৰ সহাৰি নোপাৱাত উপায়ন্তৰ হৈ একে স্থানতে অণ্য এখন থিয়েটাৰ আমন্ত্ৰণ কৰি ৰাইজক সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। অহা ২৪ ২৫ ২৬ জানুৱাৰী ত বীণাপাণি থিয়েটাৰ প্ৰদৰ্শন কৰিব বুলি জানিব লৈ দিছে।
গোলাঘাট ৰ পৰা অৰুপ পূজাৰী ঈশান নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments