Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীখুমটাই সমষ্টিৰ মিছামৰাত স্বেচ্ছাসেৱী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত ড্ৰাগ্‌চ আৰু গুটখা সেৱনৰ বিৰুদ্ধে...

খুমটাই সমষ্টিৰ মিছামৰাত স্বেচ্ছাসেৱী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত ড্ৰাগ্‌চ আৰু গুটখা সেৱনৰ বিৰুদ্ধে হাফ মাৰাথান…*

মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাফ মাৰাথন। অসম তথা কেইবাখনো ৰাজ্যৰ পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশ ললে এই মাৰাথানত। স্বেচ্ছাসেৱী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত অনুষ্ঠিত হ’ল এই মাৰাথন। প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল মাৰাথান চাবলৈ সহস্ৰাধিক ৰাইজ । সংগীতৰ তালে তালে আনন্দত মতলীয়া হৈ পৰাও দেখা গ’ল বিভিন্ন প্ৰাপ্তৰ পৰা অহা প্ৰতিযোগী সকল।অনুষ্ঠান ভাগত বিশেষ ভাবে উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, দেৱোত্তম অসম খ্যাত অৱসৰ প্ৰাপ্ত সেনা বিষয়া মেজৰ (ডাঃ) দিপন কুমাৰ বৰ্মন, ডাঃ মিনাক্ষী হৰিহৰণ আদি বিশিষ্ট ব্যক্তি সকল।
Byte-

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments