Thursday, May 8, 2025
spot_img
Homeজীৱনশৈলীবৰ্ষটোৰ বিদায়ী বেলাত বনৰীয়া হাতীৰ এক নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে৷ ফুটবল...

বৰ্ষটোৰ বিদায়ী বেলাত বনৰীয়া হাতীৰ এক নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে৷ ফুটবল খেলি আনন্দিত পোৱালিসহ ৫ টাকৈ বনৰীয়া হাতীৰ৷

নুমলীগড় শোধনাগাৰৰ সন্মুখৰ লেটেকুজান চাহ বাগিছাৰ। এখন সৰু মুকলি পথাৰত পুৱা ফুটবল খেলি আছিল কেইটিমান কনমানিয়ে৷ তেনেতে ওলালহি বনৰীয়া হাতীৰ পাঁচজনীয়া এটি দল৷ মুখৰ আগত ফুটবল পাই খেলিলে বল ৷ তাৰ পিছতে এজোপা কলগছ যোগান ধৰিলে হাতীক৷ কলগছ খাই আনন্দিত হাতীৰ দলটো৷ এই নান্দনিক দৃশ্যই সকলোকে যেন সোৱঁৰাই দিলে মানুহৰ সতে সহাৱস্থান কৰিব বিচাৰে বনৰীয়া হাতীয়েও৷ কাৰো কোনো অনিষ্ট নকৰাকৈ আতঁৰি যায় আশ্ৰয়স্থানলৈ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments