Monday, April 21, 2025
spot_img
Homeজীৱনশৈলীগোলাঘাট জিলাৰ মৰঙিত বন বিভাগৰ ব্যতিক্ৰমী প্ৰচেষ্টা । বন্যজন্তুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা...

গোলাঘাট জিলাৰ মৰঙিত বন বিভাগৰ ব্যতিক্ৰমী প্ৰচেষ্টা । বন্যজন্তুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোকে ক্ষতিপূৰণ বিচাৰি ঘূৰিব নালাগে কাৰ্য্যালয় কাৰ্য্যালয়ে।

গোলাঘাট জিলাৰ মৰঙিত বন বিভাগৰ ব্যতিক্ৰমী প্ৰচেষ্টা । বন্যজন্তুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোকে ক্ষতিপূৰণ বিচাৰি ঘূৰিব নালাগে কাৰ্য্যালয় কাৰ্য্যালয়ে।

হয়, এইবাৰ গোলাঘাট জিলাৰ মৰঙিত বন বিভাগে লৈছে ব্যতিক্ৰমী প্ৰচেষ্টা । গোলাঘাট জিলাত বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহজতে ক্ষতিপূৰণ লাভ কৰিবৰ বাবে মুকলিকৈ আৱেদন গ্ৰহণৰ ব্যৱস্থা কৰিছে। গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া সুশীলকুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়াই নিজে উপস্থিত থাকি গ্ৰহন কৰিছে আৱেদনৰ নথিপত্ৰ। লগতে বনবিভাগে ৰাইজৰ মাজত গৈ মাইক লৈ এই সন্দৰ্ভত সজাগতা সৃষ্টিৰো ব্যৱস্থা কৰিছে। মুলতঃ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ সহায়ৰ বাবেই এনেদৰে ওলাই আহিছে বন বিভাগৰ বিষয়াসকল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments