Breaking- গোলাঘাট ৰ মৰঙিৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শলমাৰি গাঁও ত ভয়াবহ পথ দুৰ্ঘটনা । AS 05 J 7888 নম্বৰৰ এখন I 20 বাহন আৰু AS 05 AC 4672 নম্বৰৰ বালি কঢ়িওৱা ডাম্পাৰ ৰ মুখামুখী সংঘৰ্ষ। গুৰুত্বৰ ভাৱে আহত ৬ জনৰো অধিক লোক । তাৰে তিনিজনৰ অৱস্থা অতি শংকটজনক।আহত সকলক ততাতৈয়াকৈ স্থানীয় লোকৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ। I 20 বাহন খন বিবাহযাত্ৰী গাড়ী আছিল। কমাৰগাঁও ত কন্যা থৈ উভতি আহিছিল। ঘটনাস্থলীত আৰক্ষী ৰ দল উপস্থিত।

