Tuesday, July 29, 2025
spot_img
Homeজীৱনশৈলীনুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব / বাসগৃহ তচনছ । কথমপি প্ৰাণ ৰক্ষা...

নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব / বাসগৃহ তচনছ । কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ ।

নুমলীগড় বাগিছাৰ বৰলাইনৰ দৃশ্য এয়া । বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অঞ্চলটোত কেইবাটাও লোকৰ বাসগৃহ ক্ষতি কৰে । ইয়াৰ লগতে পল্লবী বাউৰী নামৰ এজন লোকৰ ঘৰ সম্পূৰ্ণ ৰূপে ভাঙি তহিলং কৰে হাতীয়ে । কোনো মতে ঘৰত শুই থকা মাক আৰু ২ জীয়েকে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় পৰিয়ালটোৰ।

উল্লেযোগ্য যে যোৱা কিছুদিন ধৰি বৃহৎ হাতীৰ জাকে কেইবাটাও ভাগত বিভক্ত হৈ নুমলীগড়ৰ বিভিন্ন স্থানত বিচৰন কৰি ৰাইজৰ ক্ষতি কৰি আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments